Thursday, July 25, 2013

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী

ইউনিৰ্ভাৰচিটী আৰু এটি সৰু কাহিনী (part-1)

২৫ নৱেম্বৰ ২০০৮ , ডিপাৰ্টমেন্ট অৱ কেমেষ্ট্ৰী, গৌহাটী ইউনিৰ্ভাৰচিটী, সময় আবেলি ৩-৩০ , ডিপাৰ্টমেন্টৰ বাহিৰৰ খালী ঠাইখিনিত ৩য় চেমিষ্টাৰৰ লৰাবোৰে ক্ৰিকেট খেলি আছে,
Alokesh Chanda বেটিং এন্দত , হেমন্ত বলিং কৰিবলৈ আহিছে, অলকেশে হাতখন দাঙি হেমন্তক ৰবলৈ চিগনেল দিলে..........এইকেইজনীক গৈ লৱলৈ দে......... থাৰ্ড চেমিষ্টাৰৰ তিনিজনী ছোৱালী ক্ৰিজৰ মাজেৰে গৈ তললৈ নামি যোৱা ষ্টেপকেইটাইদি ডিপাৰ্টমেন্টৰপৰা ৰাষ্টাৰ ফালে নামি গল.........
হেমন্তই বলিং কৰিলে, অলকেশৰ শ্বট, মিচ, বল কীপাৰৰ হাতত, অলকেশে দেখিলে.... লেগ চাইডত ফিল্ডিং কৰি থকা DR ছোৱালীকেইজনীৰ পাছে পাছে নামি গৈছে, তলৰ কদম গছজোপাৰ তলত গোটেইকেইটা ৰৈছে, অলপ পাছত দুজনী অলপ আতৰলৈ গৈছে, বাকী থকাজনীক DR এ কিবা কৈছে, ছোৱালীজনীয়ে ইফালে সিফালে চাইছে, তাৰ পাছত আন এজনী ছোৱালী সিহতৰ কাষলৈ আহিল, কিবা কলে, DR এ মিচিকিয়াই হাহি ওপৰৰপিনে চালে, ইতিমধ্য সিহতে খেলা বন্ধ কৰি তলৰ পৰিস্থিতিটো চাই আছে,
অলপ পাছত ছোৱালীকেইজনী ৰাষ্টাৰপিনে গুচি গল, ডি.আৰ ওপৰলৈ উঠি আহিল,
Violina Sharma সুধিলে..... কি হল
DR এ মুৰ জোকাৰিলে, তাৰ পাছত হাহি কলে...... একো নাই, নাথিং

Subrata Nath ৰ ৰিয়েক্সন
আই এম শ্বকড, প্ৰথম, কেতিয়াও ভবা নাছিলো যে ডি.আৰ এ তাইক......, তাতকৈও বেছি শ্বকড যে ........
কিন্ত ভৱা নাছিলো যে কেইমাহমান পাছত তাতকৈও বেছি শ্বকিং নিউজ পাম

Pallabi Saikia ৰ কথাৰে
আমি অনুমান কৰিছিলো যে সেইকেদিনতে কিবা এটা হৱ, DR এ তেনেকুৱা কিবা এটা কৰিব, কিন্ত তাই কি ভাবিছিল আমি বুজা নাছিলো, তাই......
যিয়েই নহওক,৪ৰ্থ চেমত DR আৰু মই একে গাইডৰ লগত প্ৰজেক্ট কৰিছিলো, DR বহুত বিন্দাচ আছিল, তাৰ পাছলৈ কি হব মই সন্দিহান আছিলো, খুব সম্ভৱ..........

গনেশ আচাৰ্যৰ ফিলিং
মুজে শ্বক যিতনা লগা উচচে জাদা দুখ হুৱা, মেৰা ৰুমমেট হোনে কে বাবজুদ উচনে মুজে কুচ নহী বতায়া, মে উচকা মদদ কৰ চকতা থা, লেকিন চায়দ..... উচকো মদদ কি কভী জৰুৰত হী নহী থা.........

to be continued
part-2 # Subrata Nath's reaction
part-3# Pallabi Saikia's opinion
part-4# Ganesh Acharya's feeling
part-5# DR's confession

new characters in the nxt parts
Nabajeet Barman, Nayanjyoti Rajbangshi, Anjumani Talukdar, Sukanya Baruah et

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...