Thursday, July 25, 2013
গলপোষ্টটো প্ৰায় ৩০ মিটাৰ দুৰত আছে... গলকীপাৰজন সোমাজত... বলটো ঘাঁহত বহুৱাই ললো.... গলপোষ্টটো চালো... তাৰ পাচত এটা শ্বট.....বিপক্ষৰ প্লেয়াৰ এটাই চিঞৰিলে..... বাহিৰ...... গলকীপাৰজন অলপ বাওপিনে যাব খুজিছিল....... বলটো বাহিৰলৈ গৈ থকা যেন দেখি ৰৈ দিলে............. বলটো ওপৰলৈ গৈ আছে,......... তাৰ পাছত............. বতাহত এটা টাৰ্ন.......... বাহিৰলৈ গৈ থকা বলটো বাওপিনৰ গলপোষ্টৰ ওপৰৰ চুকটোত লাগো-নালাগোকৈ সোমাই পৰিল................
Subscribe to:
Post Comments (Atom)
কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত
হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...
-
হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...
-
যেতিয়াই ONGCৰ অফিচাৰ পদৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে তেতিয়াই মই ৰিজাল্ট লিষ্টখন চাও আৰু মনে মনে ভাৱো যাতে এটা বুজনসংখ্যক অসমীয়া লৰা-ছোৱালীয়ে ইয়...
-
১) পুজাৰ বতৰ । বাইকখন লৈ এনেয়ে ওলাই গলো । পিন্ধা উৰাত মই বিশেষ চৌখিন নহয়। একেটা টি চাৰ্টেই বহুত দিন চলি যায় । দীৰুদাক ফোন কৰিলো ...
No comments:
Post a Comment