দুবছৰ এঘাৰমাহ বাইশদিন আগতে যেতিয়া কোম্পানীত জইন
কৰিবলৈ ঘৰৰপৰা ওলাইছিলো, তেতিয়া মম্মীক কৈছিলো........ এতিয়া মই কৰ্পৰেট
চেক্টৰত যাম, হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জ আৰু তামাম কামৰ টেনচন
থাকিব... কিন্ত তুমি চিন্তা নকৰিবা....... বছৰেকত দুই-চাৰিবাৰ আহিবলৈ
চেষ্টা কৰিম....
এতিয়া ভাবো....... আই ক্ৰেকড এ গুড জকচ দেন......
ট্ৰেইনিঙৰ চাৰিমাহ বাদ দি এনেকুৱা এটা মাহ নাই যিটো মাহত ঘৰলৈ যোৱা নাই.....
আজি চাৰিসপ্তাহ হল, পুজাৰ আগে-পিছে দুসপ্তাহ ঘৰত মৌজ-মস্তি কৰাৰ পাছত হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জ আৰু তামাম কামৰ টেনচনৰ আশাত ৱৰ্কষ্টেচনলৈ আহিছিলো । পিছে যোৱা দুবছৰ এঘাৰমাহ বাইশদিনৰ দৰেই এইবাৰো আশাভংগ । দুসপ্তাহে অফিচ ডিউটি অপাৰেটিং ফ্ৰম হম কৰি আছো । এতিয়া নিজৰ ওপৰতে সন্দেহ হৈছে । সচাকৈয়ে চাকৰি কৰি আছো তো । যোৱা দুসপ্তাহত প্ৰায় বিশ পৃষ্ঠা টাইপ কৰিছো । চাৰি পৃষ্ঠা ইংৰাজী আৰু যোল্ল পৃষ্ঠা অসমীয়া । অসমীয়াখিনি অবভিয়াচলি ফেচবুকত আপলোড কৰি আছো ।
১৪ চিন অন-অফ হোৱাৰ কথা চলি আছে, অন্তত ১৪ দিন কাম পাম........ হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জৰ খবৰ বিচাৰি বছৰ ওচৰলৈ গলো
- চাৰ য়ে ১৪ ডেজ কা কিতনা প্ৰগ্ৰেছ হে
- অগলে হফতে চুৰু হো জানা চাহিয়ে
- মেৰা কবচে হোগা
- আপকো কল তক বতা দেংগে
কল কিচনে দেখা হে..... চিচি দাৰ লগত যোৰহাট টুৰ মাৰি আহিলো..... ঢেকীয়াখোৱা, লাচিত মৈদাম..........
পাচদিনা বছৰ ফোন আহিল..........
- হেলো চইকীয়া, আপকো "এ-কিউ" মে ডালা হে
- কব জানা পৰেগা
- এক্সুৱেলি আপ জিচকে জাগা জায়েংগে উচকা অফ ষ্টাৰ্ট হো গয়া হে
- মতলব চৌধা দিন
- হা চৌধা দিন বাদ
- মে য়ে চৌধা দিন ক্যা কৰুংগা
- য়ু কন্টিনিউ হোৱাট য়ু আৰ ডুয়িং
- লেকিন মে তো কুচ ভী নহী কৰ ৰহা হু, অফিচ ডিডটি মে হু, ছাৰ কহী এডজাষ্ট কৰ দিজিয়ে, ৰুম পে বহত বৰ হ ৰহা হু
- আৰে টেনচন মত লো, আৰাম চে ৰহো, পাৰ্টি-ৱাৰ্টি কৰো, এনজয় কৰো, লেকিন ৱৰ্কষ্টেচন চে জাদা দুৰ নহী জানা
- অকে ছাৰ, হেভ এ নাইচ ডে
হেভী ৰেচপনচিবিলিটি , বিগ চেলেঞ্জৰ ড্ৰীম আৰু কেইদিনমানৰ বাবে পষ্টপন্ড কৰিলো........ কাইলৈ চিচি দাৰ লগত ডিব্ৰুগড় টুৰৰ প্ৰগ্ৰেম........
এক জমানে মে এটা সপোন দেখিছিলো...... কাম নকৰাকৈ চেলাৰী পোৱাৰ সপোন
মেৰা চপনা চাকাৰ হো ৰহা হে..

No comments:
Post a Comment