ইউনিভাৰচিটিৰ কথা, ফাৰ্ষ্ট চেমিষ্টাৰত এডমিচন লোৱা বেছিদিন হোৱা নাই, লগৰ এজনীয়ে কলে, পদুমপুখুৰীৰ পাৰলৈ আহিবা , সন্ধিয়া
প্ৰথমবাৰৰ বাবে কোনোবাই মাতিছে, তাকো সন্ধিয়া !!!
অকলে যাবলৈ ভয় লাগিল, লগৰ এটাক লৈ পদুমপুখুৰীৰ পাৰ পালোহি...
১০-১২ জনীমান ছোৱালী হোষ্টেলটোৰপৰা ওলাই আহিছিল, ধুনীয়া , ক্ষীণাংগী, লাস্যময়ী গাভৰুৰ জাক........
তাৰ পাছত............
অই মাইনা, হাড়কেইদাল ওলাই আছে দেখোন
অই মাইনা, সৰুতে হৰলিক্স খাবলৈ নেপালা নেকি
অই মাইনাকেইটাৰ ক্ষীণোৱা অসুখ হৈছে পায়
লেডিজ গেংটোৱে চিঞৰি থাকিল, মাজে মাজে শূৰ্পনখা টাইপত অটহাস্যৰ মিক্সাৰ......
বৈধ্যম বেয়াকৈ জোকালে, বহুত বেইজ্বতি হল.....
বচা-খুচা ইজ্বত লৈ দুয়োটা হস্পিতালৰ কাষেৰে পলালো.........
............................
.......................
- অলপ ধেমালি কৰিলো, ডন্ট মাইন্ড..........পাছদিনা লগৰজনীয়ে কলে
- ক্ষীণ মানুহৰো এখন চেনচিটিভ হৃদয় থাকে...... মই কলো
- হাড়- হৰলিক্স বুজি পালো, কিন্ত এই ক্ষীণোৱা অসুখটো কি বস্ত.... মই সুধিলো
- ধেই , মই কব নোৱাৰো..... লগৰজনীয়ে দুষ্ট হাহি এটা মাৰি কলে
বেলেগ এজনীক সুধিলো.... তায়ো দুষ্ট হাহি এটা মাৰিলে
ক্ষীণোৱা অসুখ কি জানিবলৈ মন ইচাট-বিচাট কৰিবলৈ ধৰিলে, কি বস্ত এইটো...
লগৰ কেইবাজনীকো সুধিলো, সকলোৰে মুখত দুষ্ট হাহি........
অৱশেষত চিনিয়ৰ এটাই বুজাই দিলে..... ক্ষীণোৱা অসুখ কি বস্ত, লগত দুষ্ট হাহি এটা
ক্ষীণোৱা অসুখ..........
বুজি পাই গলো, কিন্ত ছোৱালীকেইজনীয়ে মোৰো সচাকৈয়ে ক্ষীণোৱা অসুখ হৈছে বুলি ভাবি লৈছে নেকি, টেনচন হৈ গল.......
(কি বুজিছিলো ৰাজহুৱাভাৱে কব নোৱাৰিম)
তাৰ পাছত..........
শকত হব লাগে, সদায় ৰাতি এপোৱা ব্ৰইলাৰ খাও, লগত একাহী ভাত.... কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ চব একেলগে
বহুদিন ব্ৰইলাৰ খালো, ব্ৰইলাৰ নহলে ভাত পেটলৈ নোযোৱা হৈ পৰিল......
এতিয়া........
মানুহে মোক মৰমতে পেটুৱা বুলি মাতে
( ধেমালি নহয়.....আপোনালোকে পেটুৱা বোলা মানুহবোৰৰো এখন চেনচিটিভ হৃদয় থাকে )

No comments:
Post a Comment