অন-অফৰ লাষ্ট ডিউটি, নাইট শ্বিফট আছে, দিনত অফিচলৈ আহিলো, মানে গেলেকী ড্ৰিল চাইট একমডেচনৰ পৰা শিৱসাগৰৰ অফিছলৈ
কোম্পানীৰ জনেল ৰিক্ৰুইটমেন্টৰ ৰিজাল্ট দিয়াৰ পাছত চিলেক্ট হোৱা লৰা-ছোৱালীবোৰে মেডিকেল এক্সামিনেচন কৰি আছে...... জুনিয়ৰ দুজনীও আহিছে, এজ এ গুদ চিনিয়ৰ , জুনিয়ৰ দুজনীক লগ কৰিলো, এনি প্ৰবলেম, ঠিকে ঠাকে হৈছে নে নাই, খবৰ খাতি ললো
জুনিয়ৰ দুজনীৰ অলমষ্ট হৈ গৈছে, কেৱল ই.এন.টি হোৱা নাই, ই.এন.টিৰ ডা.সবিতা নেওগ ছুটীত আছে বোলে, চো আজিও নহব, তেওলোকৰ লগতেই অলপ আদ্দা দি কিবা প্ৰবলেম হলে ফোন কৰিবা বুলি কৈ অফিছ আহিলো.....
অফিছৰ টুৰ ৰিকুৱেষ্ট, ট্ৰিপ এপ্ৰুভেলৰ জেংবোৰ ক্লিয়াৰ কৰি ওলাই আহিছো..... হাতত হেলমেট এটা লৈ লৰা এটা, পাছে পাছে ছোৱালী এজনী, লৰাজনক মই চিনি পাও, মোৰ জুনিয়ৰ, দুই-তিনিবছৰমান সৰু হব.......
কি হে একেবাৰে পৰিয়ালসহ আহিছা দেখোন........ মই কলো
লৰাজনে পাছে পাছে অহা ছোৱালীজনীক চিনাকি কৰি দিলে, এয়া বিকাশ দা, আৰু এয়া মোৰ ৱাইফ....... মৰমলগা ছোৱালীজনীৰ নমস্কাৰৰ প্ৰত্যুত্বৰত ময়ো হাত দুখন লগ লগালো
লৰাজনে HR অফিছ বিচাৰি ফুৰিছিল..... এড্ৰেছটো দিলো
এক্সুৱেলি মই লৰাজনক অফিছত থৈ আহিব পাৰিলোহেতেন, কিন্ত নথলো, কাৰণ মই ভাৱো তাক সহায়ৰ প্ৰয়োজন নাই, সি পাৰিব...
চাকৰি পোৱাৰ পাছত লৰাজনে মোক যেতিয়া ফোন কৰিছিল, তেতিয়া মোৰ এটা কনফিউচন হৈছিল, বোধহয় লৰাজনক চিনি পোৱা সকলোৰে কনফিউজন হৈছিল.....এ ব্ৰিলিয়ান্ট বয় লাইক হিম উইল এন্ড আপ উইথ.... আই ৱাজ টটেলি কনফিউজদ......
অৰ্ধনিৰ্মিত বহুত কাহিনী দেখা পাইছো, বহুত অসফল প্ৰতিশ্ৰুতি........ তাৰ মাজতো আছে নিজৰ প্ৰমিজত অটল থকা কৌটিল্য দা, দীপু দা, ৰিস্তা বা ..... ভাল লাগে যেতিয়া তেওলোকৰ দুৰ্দান্ত ষ্টৰীৰ কথা শুনো...
লৰাজনৰ হাতত হয়তো অপচন আছিল..... কেৰিয়াৰ অৰ ফেমিলি.....এন্ড হি কেপ্ট হিজ প্ৰমিজ, হি প্ৰিফাৰড দা ৰাইট অপচন...........ফেমিলি
লক্ষীমপুৰৰপৰা লৰা-ছোৱালীহাল ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ শিৱসাগৰলৈ জইনিংৰ বাবে আহিছে, একেলগে অহিছে... "একেলগে আহিছে" , দিছ ইজ মষ্ট ইমপৰটেন্ট......দে কেন ফেচ এনি অবস্টাকলচ ইন লাইফ, বিকজ ডে আৰ টুগেদাৰ............
লৰাজন সম্পৰ্কে মোৰ সকলো কনফিউচন দুৰ হৈ গল............
ইটছ জাষ্ট এন ইনোচেন্ট এন্ড পিউৰ বুকে অৱ হেপিনেছ......

No comments:
Post a Comment