দেওবাৰৰ দিন, ৰাতিপুৱা ৫-৩০ ত এলাৰ্ম বাজিল । ফ্ৰেচ হৈ
ডাইনিং হলৰ ফালে গৈ আছো । অপজিত চাইদৰপৰা চন্দনদা পিঠিত বেগ এটা লৈ
কোবাকোবিকৈ আহি আছে ।
- কি চন্দনদা কত যায়
- এহ, চাইটত ৰগৰি দিছে, পিছত কথা পাতিম, শ্বিফট বাছ যাবই এতিয়া........ চন্দনদাই স্পীড বঢ়াই দিলে

ডাইনিং হলত সোমালো, ব্ৰেকফাষ্টত পুৰি-চবজি, ব্ৰেড-জাম-বাটাৰ । দীৰুদাক ফোন লগালো
- কত............. মই সুধিলো
- চিবচাগৰ
- আজি নাযায় নেকি
- ধেই শুই আছো, ডিষ্টাৰ্ব নকৰিবি, পিছত ফোন কৰিবি.......... দীৰুদাই ফোনটো কাটি দিলে
৬-৩০ বাজিল । শ্বিফ্ট বাছত উঠিলো । ডেৰঘন্টা পাছত চাইট পালো । চাইট পাই ইফালে সিফালে চালো । একদম চন্নাটা । চুপ-চাপ বাংক হাউচত সোমালো , লকাৰ খুলিলো , কম্বল এখন উলিয়ালো, কম্বলখল গাৰু বনাই ফোনটো চুইচ অফ কৰি চাইটৰ বাংক বাউচৰ বিচনাখনত বাগৰি দিলো ।
লাষ্ট তিনিমাহ ধৰি ............ এভৰিডে ইজ লাইক দিছ ছানডে ।
মৰেল অৱ দা ষ্টৰী-
ইন পি.এছ.ইউ, জাদা মগজমাৰি নেহী কৰনেকা, চুপ-চাপ বিন্দাছ ৰেহনেকা , তো দিন চুহানা, ৰাতে চুহানী, জেচে তেচে ডিউটি কা চৌধা দিন নিকালনা হে আউৰ ফিৰ ঘৰ ৱাপচি ।

No comments:
Post a Comment