ড্ৰিল চাইটত কেমেস্ত্ৰী চেকচনক প্ৰতিটো শ্বিফটত
তিনিজনকৈ কন্টিজেন্ট লেবাৰ দিয়া হয় । কেমিকেল ঢলা আৰু আন আনুষংগিক কামবোৰ
এই লেবাৰকেইটাৰ দ্বাৰা কৰাবলগীয়া হয় । মাদ লেবাৰ ভাল মানে কেমিষ্টৰ আৰাম
আৰু বেয়া মানে ১২ ঘন্টাৰ টটেল টেনচন । মাদ লেবাৰ টেকল কৰাৰ চবৰে টেকনিক
বেলেগ বেলেগ ।
Achyut Deori - দিনত হাহ এটা খুৱাই দিও , ৰাতি মুৰ্গী, বাচ চকাচক কাম চলি যায় । হাহ আৰু মুৰ্গী খুৱাই অচ্যুতদাই লেবাৰ চম্ভালে ।
Dhiraj Kalita- ধীৰাজদাই ৰাতি লেবাৰকেইটাক শুবলৈ দি নিজে টেংকৰ ওপৰত পহৰা দিয়ে ।
Chanakya Choudhury- চাণক্যদা লেলিনৰ মতাদৰ্শত বিশ্বাসী । চাণক্যদাৰ শ্বিফটত চাৰিটা লেবাৰে সমানে কাম কৰে । তিনিজন কন্টিজেন্ট আৰু এজন হাইলি পেইড ।
Shyamal Gogoi- শ্যামলদাই আকৌ তামাম দম দিয়ে । ইউনিভাৰচিটিতো বোলে অলপ দাদা টাইপৰ আছিল , সেই ইমেজটো আকৌ কন্টিনিউ কৰি আছে ।
Shantanu Baitalik- শান্তনুৱে প্ৰতিটো বেগ ঢলাৰ বাবদ এটকাকৈ দিয়ে । জিতনা বেগ, উতনা ৰুপিয়া ।
Drumil Baruah- দ্ৰুমিলদাই টেনচন কমাবলৈ লাইপালেঙৰ চাইটলৈ দুপেকেট চিগাৰেট লৈ যায় আৰু ভগবানক খাটে.... এই শ্বিফটতো জেং নোহোৱাকৈ পাৰ কৰি দিয়া প্ৰভু

ফিল্ডভেদে মাদ লেবাৰ-
গেলেকী- ইয়াৰ লেবাৰবোৰ বাগানীয়া বা মুচলমান । মদৰ প্ৰচলন খুব কম । বাগানীয়া লেবাৰবোৰে যি কয় তাকেই কৰে, মুচলমান লেবাৰখিনি কামত পাকৈত । কেমিষ্ট কী জন্নত- গেলেকী ।
লাকুৱা- লাকুৱাৰ লেবাৰখিনি প্ৰায়খিনি আহোম । সাজপানীৰ প্ৰচুৰ প্ৰচলন আছে । ইয়াত দহজনৰ দুজন লেবাৰ ভাল , বাকীখিনি ৱেষ্ট প্ৰডাক্ট । মদ নাখালে লেবাৰৰ বোলে মন ভাল নালাগে । লাকুৱাত ডিউটি মাৰি মোৰ বহুতখিনি চুলি সৰিল ।
লাইপালেঙ- ইয়াত আগতে আলফাৰ ঘাটি আছিল , এতিয়া মদাহীৰ ঘাটি । মাদ লেবাৰ টেটুলৈকে মদ নোখোৱাকৈ শ্বিফটত আহিছে..... এইটো ইমপচিবল টেনছৰ বাক্য

No comments:
Post a Comment