বেলতলা ফিল্জত প্ৰতিবছৰে ডে-নাইট টেনিছ
বল ক্ৰিকেট টুৰ্নামেন্ট পতা হয় । বাজেট প্ৰায় দুই লাখৰ ওচৰা উচৰি । এতিয়া
কথাটো হল ইমান পইচা গোটাবৰ বাবে কালেকচন কৰিব লাগিব । কালেকচন বুলি কলেই
এটা শব্দ অটমেটিকেলি আহে- খেপ ।
খেপ মানে হল চান্দা দিয়া মক্কেলক হামলা দিয়া । সাধাৰনতে এই খেপবোৰ বিজনেচমেন, পলিটিচিয়ান, দোকান, কোম্পানী আদি বিভিন্নধৰনৰ হয় ।
তেনেকুৱা এটা খেপৰে কথা ।
২০০৯ চন ।
বেলতলাত এখন ডাঙৰ কয়লা বজাৰ আছে । সেই কয়লা মাফিয়াৰ ঘাটিত খেপত গলো । দহ-বাৰজনমান কমিটিৰ মেম্বাৰ । প্ৰতিটো কয়লাৰ ঘাটিৰপৰা এশ-দুশ-পাচশ-হাজাৰকৈ কালেকচন কৰি আছো । কয়লা গছকি গছকি কাপোৰ-কানি ক'লা হৈ পৰিছে । গৈ গৈ জয়ছোৱাল নামৰ কয়লা ব্যৱসায়ীৰ ঘাটি পালোগৈ ।
আমাক দেখিয়েই জয়ছোৱালে গম পালে যে চান্দা বিচাৰি পাৰ্টি আহিছে ।
ফিল্মি কাইদাত ছখন বাইক জয়ছোৱালৰ ঘাটিত সোমাল ।
- হামলোগ বেলতলা কে ক্ৰিকেট কমিটি চে আয়ে হে......... ধ্ৰুৱদাই কলে
- কিচ চীজ কা
- ক্ৰিকেট
- উচচে কুচ বেনিফিট হোতা হে ক্যা...... জয়ছোৱালে সুধিলে
- পিছলে চাল ১০২ টীম হুৱা থা, মৰ দেন থাউজেন্ড প্লেয়াৰ ফৰ্ম অল অভাৰ আচাম নে পাৰিচিপেট কিয়া থা । স্প্ৰটছ প্লাছ এনটাৰটেইনমেন্ট । ইচচে ইউনিটি বঢ়তা হে লোগো মে । পিছলে চাল দো গৰীব বচ্চো কো পঢ়াই কা পুৰা খৰ্চা ভী দিয়া থা হামলোগো কা কমিটি মে । এক বাৰ আল খেল দেখনে আইইয়ে বাৰ বাৰ আয়েংগে ............... ধ্ৰুৱদাই অলপ ফান্ডা দি দিলে
- আচ্চা য়ে আপলোগ ক্ৰিকেট অৰগেনাইজ কৰনে কে চিবা ক্যা কৰতে হে
- হামলোগ ষ্টুডেন্ট হে............... ৰুপমে কলে

জয়চোৱালে আমাৰ থোপৰাবোৰ চাই ললে
- তুমলোগ বাৰাহ আদমী হে , য়ে ৩-৪ লোগ তো দিখনে মে ষ্টুডেন্ট লগতা হে, লেকিন বাকী লোগ তো কিচি ভী এংগোল চে ষ্টুডেন্ট নহী লাগতা
তাৰপাছত ৰিতুলদাৰ ফালে আঙুলি দেখুৱাই কলে.......... অউৰ য়ে, ইচকা চাইম পে চাদী হোতা তো বাচ্চা দচৱী কা এক্সাম দে ৰহা হোতা ।
- ক্যা মজাক কৰতে হে জয়ছোৱালজী, ৱ আচু কা চমুজ্জল কা উমৰ হামাৰে দু গুনা হে, ৱ আগৰ ষ্টুডেন্ট হো চাকতা হে তো হাম কিউ নহী.................. ৰুপমে হাহি হাহি কলে
যিয়েই নহওক জয়ছোৱালে কামোৰ খাই খাই এহেজাৰ টকা চান্দা দিলে । আৰু আমি নেক্সট খেপলৈ বাইক ষ্টাৰ্ট দিলো ।

No comments:
Post a Comment