২০০৮-০৯ চনৰ কথা , তেতিয়া গুৱাহাটী ইউলিভাৰচিটীত এম.এছ.চি পঢ়ি আছো । লাহে লাহে লাইফৰ-ফিউচাৰৰ প্ৰেচাৰবোৰ পৰিবলৈ ধৰিছে ।
প্লেন এটা বনালো, মাত্ৰ এটা পৰীক্ষা পাচ কৰিব লাগে আৰু কৰবাত পি.এইচ.ডিত নাম লিখাব লাগে, মাহে ১২০০০ টকা ।
প্লেন চাকচেচ ।
কিন্ত ১২০০০ টকা কম হয় । অকলে চলিবলৈ থিকেই আছে , কিন্ত লায়েবিলিটি থাকিলে প্ৰবলেম হয়গৈ । গুৱাহাটীত ২০ হাজাৰ মান হলে চেভিংচ সহ আৰামত চলিব পাৰি ।
আকৌ প্লেন বনালো । চাইড বাই চাইড প্ৰাইভেট টিউচন কৰি আৰু ১২ আনিব লাগিব ।
আকৌ প্লেন চলি গল । সপ্তাহত ৩ ৰ পৰা ৭ হাজাৰলৈ আহিবলৈ ধৰিলে ।

সচা কথা কবলৈ গলে লাইফত মানুহক চলিবলৈ টকাৰ প্ৰয়োজন । কিছুমান ইচ্ছা, সপোন, আশা পুৰণ কৰিবলৈ অলপ বেছিকৈ টকাৰ প্ৰয়োজন ।
মানুহে চুৰি-ডকাইতি-ঠগবাজি কৰি বহুত পইচা ঘটিব পাৰে ।
কিন্ত সজ পথেৰেও সম্পুৰ্ন ইনকাম টেক্স ক্লিয়াৰ কৰি সুখে-সন্তোষে, অভাৱ নোহোৱাকৈ চলিব পাৰি ।
অনেষ্টলি স্পিকিং, ডিচেন্ট ষ্টেবল ইনকাম এটা লাগে । সেই সময়ত চকুত পৰা তিনিধৰনৰ চৰকাৰী চাকৰিত দৰমহা বেছি আছিল ।
কলেজ প্ৰফেচাৰ, ৰাষ্ট্ৰীয় প্ৰশাসনিক বিষয়া আৰু ৰাষ্ট্ৰীয়কৃত বেংক বা কোম্পানীৰ বিষয়াৰ চাকৰিত ।
প্লেন বনালো । পুৱা-গধুলি টিউচন, দিনত প্ৰিপাৰেচন ।
কেইমাহমান লাগিল ।
এইবাৰো প্লেন জমি গল ।
..........
তাৰ পাছতো কেইবাটাও প্লেন বনাইছিলো । কিন্ত
চাৰি বছৰ হও হও, এটাও প্লেন চাকচেচ হোৱা নাই এতিয়ালৈ ।
....................
যোৱা দহদিনমান পুৱা-গধুলি টেনিচ বল ক্ৰিকেট আৰু দিনত মবাইলত কেন্ডী-ক্ৰেচ খেলি আছো । এইকেইদিন কেন্ডী-ক্ৰেচৰ একে ৰঙৰ ৩-৪-৫ টা কেন্ডী মিলাবলৈয়ে প্লেন বনাই আছো আৰু !!!

No comments:
Post a Comment