১৪ দিন অন-অফ পেটাৰ্নৰ ডিউটিত কেজুৱেল লিভবোৰ আৰ্ন
লিভলৈ কনভাৰ্ট হৈ যায় । গতিকে ছুটী ললে ফাইনেনচিয়ালি বহুত লচ হয় । বেলতলাত
ক্ৰিকেট টুৰ্নামেন এখন চলি আছে । আয়োজক কমিটিৰ সৈতে জড়িত হৈ আছো । কিন্ত
প্ৰবলেমটো হল ২৬ তাৰিখৰ পৰা ডিউটি পৰিছে , গতিকে শেষৰ কেইদিনমান মিছ যাব ।
অন-অফত ছদিন ছুটী মানে ১২ দিন চি.এল বা ই.এল অৰ্থাত প্ৰায় ত্ৰিশ হাজাৰ
মানৰ লোকচান । গতিকে ছুটী লোৱাৰ কথা ভৱা নাছিলো ।
দেওবাৰে টুৰ্নামেন্টৰ অপেনিং । লাইটৰ পোহৰত খেল আৰম্ভ হল । বহুত টীম আহিল, খেলত বিজি হলো । ছুটী লোৱাৰ টেনডেনচি আহিলেই থাৰ্টি থাউজেন্ডৰ কথাটো ভাৱি দমাই থৈ দিও ।
কিন্ত দিল অউৰ দিমাগৰ মাজত আখিৰ দিল য়ে বাজী মাৰিলে...........

বছক ফোন কৰিলো...
- ছাৰ ২৬ চে ছে দিন ছুট্টী চাহিয়ে
- কিউ কুচ প্ৰবলেম হে ক্যা.............. বছে সুধিলে
- নহী ছাৰ, এক্সুৱেলি হামাৰে য়হা ক্ৰিকেট টুৰ্নামেন্ট কা অৰগেনাইজ কৰ ৰাহা হু, উচকে লিয়ে ছুট্টী চাহিয়ে......... মই কলো
- ক্ৰিকেট , ৱৰ্ড কাপ দেখনে জা ৰহে হো ক্যা
- নহী চাৰ, হামলোগ কুচ দোস্ত মিয়কে গুৱাহাটী মে এক টেনিচ বল কা ক্ৰিকেট টুৰ্নামেন্ট অৰগেনাইজ কৰতে হে, উচকে লিয়ে চুট্টী চাহিয়ে
বছ অলপ সময় মনে মনে ৰল । তাৰ পাছত কলে......
- য়াৰ চইকীয়া, টেনিচ বল ৰা ক্ৰিকেট , ভাই কুচ অৰ বল দেতে, বহিন কা চাদী, পিতাজী কা তবিয়ত জেইচা
- চাৰ, চচ বল ৰাহা হু , চুট্টী চাহিয়ে......... মই কলো
- ঠিক হে , মে দেখতা হু................. বছে কলে
ইন দা মিনটাইম ইন চিবচাগৰ..............
বছ - চইকীয়া চুট্টী মাংগ ৰাহা হে, অউৰ ৰিজন ভী ক্যা অজীব, টেনিছ বল কা ক্কিকেট
মোৰ পুৰনা বছ- কৌন চইকীয়া
বছ- বিকাচ চইকীয়া
মোৰ পুৰনা বছ- তো ফিৰ আপ দুচৰা আদমী মেনেজ কৰ লো, বিকাচ চইকীয়া তো নহী আয়েগা

No comments:
Post a Comment