কেইবছৰমান আগতে, স্থান চফ্ৰাই , চাইটত ড্ৰিলিঙ চলি আছে,
ড্ৰিলিঙ ইঞ্জিনিয়াৰ দেবাশীষ নন্দী কামত ব্যস্ত । সময় ৰাতি ৮ বাজিছে । মই
ৰীগৰ সমুখৰ মুকলি ঠাইখিনিত এনেয়ে পায়চাৰি কৰি আছো ।
- হেলো বিক্স , কি খবৰ.......... কলেজৰ বন্ধু উমেশ মেধীৰ ফোন
- ভাল..... মই কলো
- কত এতিয়া
- ডিউটিত, নাইট শ্বিফট
- আচ্ছা কথা এটা সুধিব লগা আছিলে
- কি কথা
- **** ***** তোমাৰ লগত পঢ়িছিলে নেকি
- অ, মোৰ লগৰ , ক্লাছমেট
- ছোৱালীজনী কেনেকুৱা
- ভাল , কিয়
- মানে মোৰ লগৰ এটাৰ লগৰ এজনে চাইছিল ঘৰৰপৰা, বুজিছাই তো
- বহুত ভাল ছোৱালী হয় , beautiful, kind-hearted ,easy-going, cute, অলপ ৰিজাৰ্ভড হয়, টেনচন একো নাই , চকু মুদি অকে
- এফেয়াৰ-চেফেয়াৰ
- মই জনাত নাই, ডিগ্ৰী বা এম.এছ.চি তো নাই, থাকিলে মই গম পালোহেতেন
- চিউৰ
- আব্বে হানড্ৰেড পাৰচেন্ট, কিবা থাকিলে মই গম পালোহেতেন
- কোনোবা আৰু কিবা
- এম.এছ.চিত থাকোতে তাইৰ লগৰ এটাই প্ৰপজ দিছিল অৱশ্যে, তাই ৰিজেক্ট কৰি দিলে, আৰু একো নাই
- লৰাটোৱে এতিয়াও পিচা কৰি আছে নেকি
- নাই
- চিউৰ
- হানড্ৰেড পাৰচেন্ট
- আচ্ছা, সেই লৰাটোৰ বিষয়ে ইনফো, মানে বুজিচাই তো, নাম, কি কৰে এতিয়া
- ৱ কিউ চাহিয়ে বে
- আব্বে, প্লীজ , ইনফো কিবা কৰি উলিয়াই দিয়া না
- লৰাটোৰ নাম বিকাচ চইকীয়া
- আচ্চা মক্কেলটোৰ নাম হল বিকাচ চইকীয়া, এক মিনিট, তোমাৰ নামো চোন বিকাচ, তোমাৰ ক্লাছত আৰু কোনোবা বিকাচ আছিল নেকি
- সেই মক্কেলটো ময়ে হয়......... মই কলো

তাৰপাছত আধামিনিটৰ নীৰৱতা
- আব্বে , চাল্লা, চৰি য়াৰ, মই কেনেকে পাহৰি গলো, খিয়ালে নাহিল বে, তাইৰ নামো চোন **** ***** আছিল, একদম চৰি
- একো নাই বে , ন হাৰ্ড ফিলিংচ
বিয়াখনলৈ অফ-কৰ্চ মোক ইনভাইট কৰা হৈছিল ।
- আব্বে , চাল্লা, চৰি য়াৰ, মই কেনেকে পাহৰি গলো, খিয়ালে নাহিল বে, তাইৰ নামো চোন **** ***** আছিল, একদম চৰি
- একো নাই বে , ন হাৰ্ড ফিলিংচ
বিয়াখনলৈ অফ-কৰ্চ মোক ইনভাইট কৰা হৈছিল ।
No comments:
Post a Comment