ডি.এছ.এ গেলেকীৰ ১৬ নম্বৰ বাংক হাউচত আদ্দা
জমি উঠিছে । বাংক হাউচত গোটেইকেইজন কেমেস্ত্ৰীৰ মানুহ । দীৰুদা, শান্তনু ,
চন্দনদা , সুৰেশ আৰু মই । কোম্পানীৰ ফিউচাৰৰ কথাৰ পৰা আৰম্ভ হৈ পাৰ্চনেল
টপিকৰ ওপৰত লেকচাৰ মাৰি আছো । দীৰুদাই ট্ৰেজেদী ফালিলে , সুৰেশেও ষ্টৰী এটা
বতিয়াই দিলে । চন্দনদা আৰু শান্তনুৱেও কিবা কিবি কনফেচ কৰিলে ।
মই কুল স্মাইলেৰে এক্সপাৰ্ট কমেন্ট দি আছো ।
- আপনাৰপৰা কিতাপটা লৈছিলো, গ্ৰে-ডাৰ্লি, জেৰক্স কৰিলো, লওক....... শান্তনু বৈতালিকে ড্ৰিলিং ফ্লুইডৰ কিতাপখন মোৰফালে আগবঢ়াই দিলে ।
যোৱা ফৰটিন ডেইজ চলি থাকোতে শান্তনুৱে মোৰপৰা কিতাপখন লৈছিল । আজি জেৰক্স কৰি ঘুৰাই দিলে ।
- আপনাক একটা কথা সোধো, চিবসাগৰত আপনি অত দিন থাকিল, কোই মেয়ে সংগে ক্ৰেচ হৈছিল নেকি....... শান্তনুৱে সুধিলে
- নাই ৰে বাবা, চিবচাগৰত এইটোৱেই নহল..... মই কলো
- একটা কথা সোধো, এই অৰুন্ধতী ৰায় কোন
- কোন ৰে
- অৰুন্ধতী ৰায়
- নহয়, লেৱত আছিল ছোৱালী এজনী, জাষ্ট চিনাকি
- কিবাটো আছিল, আজি কবই লাগিব....... চন্দনদাই অৰ্ডাৰ দিলে
- নাই হে চন্দনদা
- যি আছিল সেইটো কব লাগিব....... শান্তনুৱে কলে
এক্সুৱেলি অৰুন্ধতী নামৰ ছোৱালী এজনীক চিনি পাইছিলো , মানে পাও । যোৱাবছৰৰ কথা, তেতিয়া টু ডেইজ অন-অফ মাৰি আছো । দুদিন ডিউটি দুদিন অফ । ৰিজনেল লেৱত লগৰ উতপলে কাম কৰে । অফত কোৱাটাৰত থাকি বৰ হলে তাৰ লেৱলৈ গৈ আদ্দা দিও । যোৱাবছৰ পুজাৰ পাছৰ কথা । উতপলৰ লেৱলৈ গলো । তাত গৈ দেখিলো লেৱত নতুনকৈ ছোৱালী এজনী আহিছে । উতপলে চিনাকি কৰাই দিলে, অৰুন্ধতী ৰায়, যোৰহাট বেচিনৰপৰা বদলি হৈ আহিছে । তাই হাহিলে , ময়ো হাহিলো ।
- তাৰ পাছত...... দীৰুদাই সুধিলে
- তাৰ পাছত আদ্দা দিলো, অৰুন্ধতী ৰায়ও যোগ দিলে, সপ্তাহত ৩-৪ দিন মান লেৱত গৈ টাইম পাচ কৰো, মানে তেনেকৈ অলপ চিনাকি
- আপুনি এই কিতাপখন অৰুন্ধতী ৰায়ক দিছিল...... শান্তনুৱে সুধিলে
- কেনেকৈ গম পালা
- দিছিল নে নাই
- য়া, এক্সুৱেলি লেৱত গৈ মই ড্ৰিলিং ফ্লুইডৰ ওপৰত ফান্ডা দি থাকো, এদিন অৰুন্ধতী ৰায় কলে যে তাইকো ড্ৰিলিং ফ্লুইডৰ বিষয়ে শিকাব লাগে, তাইও ফিল্ডলৈ আহিবলৈ মন বোলে । সেইদিনা নাইট শ্বিফট আছিল । ৰীগলৈ গ্ৰে-ডাৰ্লিৰ ড্ৰিলিং ফ্লুইডৰ কিতাপখন লৈ গৈ পঢ়িলো । পাছদিনা ক্লে-কেমেস্ত্ৰী, পলিমাৰ মাড, মাড এদিটিভ, পিভি-ৱাই.পি ৰ ফান্ডা দি দিলো । অৰুন্ধতী ৰায় পুৰা ইমপ্ৰেচড । তাৰ পাছত তাইক গ্ৰে-ডাৰ্লিৰ ড্ৰিলিং ফ্লুইডৰ কিতাপখন দি কলো যে এইখন পঢ়িবা, এইখন ড্ৰিলিং ফ্লুইডৰ বাইবেল স্বৰুপ । তেনেকৈ কিতাপখন দিছিলো ।
- আৰু অৰুন্ধতী ৰায়ৰ লগত ফুৰিব-চুৰিব গৈছিলা ছাগে.... চন্দনদাই কাট এটা মাৰিলে
- মানে চাওক চন্দনদা, আপুনি যদি মোক লগ ধৰে যে বলা অমুকৰপৰা আহো, মই কেতিয়াবা না কৰো নেকি, তেনেকৈ এদিন অৰুন্ধতী ৰায়ে লগ ধৰিলে যে তাই যোৰহাট যাব , লগত যাব লাগে, এনেয়েও মই ফ্ৰী হৈ থাকো, গুচি যাও, কেইদিনমান বৰপুখুৰীৰ পাৰত ইভিনিং ৱাকলৈ লগ ধৰিলে, ডিউটি থকা কেইদিন পচিবল নহয়, অফৰ কেইদিন যাও আৰু
- মেয়ে একটিৰ সংগে আপুনি ফুৰিব যায়, কথা পাতে , একো ফিলিংচ অহা নাছিল নেকি..... শান্তনুৱে সুধিলে
- চা ভাই শান্তনু, অলপ-অচৰপ ফিলিংচ আছিল, বাট ডেটছ জাষ্ট এট্ৰাকচন, সেইখিনিতো চবৰে হবই
- আৰু অৰুন্ধতী ৰায়
- ভাই, মই কেনেকে জানিম
- আচ্চা , তাৰ পাছত...... চন্দনদাই সুধিলে
- এক্সুৱেলি ডিচেম্বৰৰপৰা ফৰটিন দেইজ ষ্টাৰ্ট হল, চিবচাগৰৰপৰা টালি-টোপোলা বান্ধি গুৱাহাটী আহিলো, তাৰ পাছত আধামাহ গেলেকী, আধামাহ গুৱাহাটী মাকো মাৰি আছো, অৰুন্ধতী ৰায়ো যোৱা মাৰ্চত ট্ৰেন্সফাৰ লৈ বৰোদা গলগৈ বোলে । কাহানী দি এন্ড ।
শান্তনুৱে মোৰ হাতৰপৰা গ্ৰে-ডাৰ্লিৰ কিতাপখন লৈ মাজৰ পৃ্ষ্ঠা এটা মেলিলে । পৃষ্ঠাটোত কাগজ এখন আছিল । শান্তনুৱে কাগজখন উলিয়াই পঢ়িবলৈ ধৰিলে.....
একবার তুমি ভালোবাসতে চেষ্টা করো--
দেখবে, নদির ভিতরে, মাছের বুক থেকে পাথর ঝরে পড়ছে
পাথর পাথর পাথর আর নদী-সমুদ্রের জল
নীল পাথর লাল হচ্ছে, লাল পাথর নীল
একবার তুমি ভালোবাসতে চেষ্টা করো ।
বুকের ভেতর কিছু পাথর থাকা ভালো- ধ্বনি দিলে প্রতিধ্বনি পাওয়া যায়
সমস্ত পায়ে-হাঁটা পথই যখন পিচ্ছিল, তখন ওই পাথরের পাল একের পর এক বিছিয়ে
যেন কবিতার নগ্ন ব্যবহার , যেন ঢেউ, যেন কুমোরটুলির সালমা-চুমকি- জরি-মাখা প্রতিমা
বহুদূর হেমন্তের পাঁশুটে নক্ষত্রের দরোজা পর্যন্ত দেখে আসতে পারি ।
বুকের ভেতরে কিছু পাথর থাকা ভাল
চিঠি-পত্রের বাক্স বলতে তো কিছু নেই - পাথরের ফাঁক - ফোকরে রেখে এলেই কাজ হাসিল-
অনেক সময়তো ঘর গড়তেও মন চায় ।
মাছের বুকের পাথর ক্রমেই আমাদের বুকে এসে জায়গা করে নিচ্ছে
আমাদের সবই দরকার । আমরা ঘরবাড়ি গড়বো - সভ্যতার একটা স্থায়ী স্তম্ভ তুলে ধরবো
রূপোলী মাছ পাথর ঝরাতে ঝরাতে চলে গেলে
একবার তুমি ভালবাসতে চেষ্টা করো ।
------- অৰুন্ধতী ৰায়
25/11/2013
দীৰুদাই জোৰেৰে হাহি দিলে । চন্দনদাইও হাহিলে, শান্তনুৱেও ।
- আৰে মই নো কেনেকৈ জানো, এই এডভান্স যুগত কোনোবাই কিতাপৰ মাজত কবিতা লিখি পঠাব......... মই নিজকে চাপৰ্ট দিয়াৰ যত্ন কৰিলো

No comments:
Post a Comment