ডেৰাডুনৰ ট্ৰেইনিঙৰ সময়ৰ কথা । প্ৰতি মঙলবাৰে ডিনাৰত
চিকেন ফ্ৰাই থাকে । বুফে চিষ্টেম, কোনো লিমিট নাই । ৮ টাবজাৰপৰা ডিনাৰ
ষ্টাৰ্ট হয় ।
বম্বেৰ জিয়লজিষ্ট ৰোহন পেৰেৰা ৮ বাজি ১৫ মিনিটত ডাইনিং হলত সোমাল। ৰোহনে চিকেন খুব ভাল পায় । প্লেটখন লৈ ৰোহন প্ৰথমেই চিকেন ফ্ৰাই থকা বাউলটোৰ ফালে গল । কিছুদেৰি কিবা বিচৰাৰ পাছত ৰোহনে কেন্টিনৰ চাৰ্ভিছ বয় জনক সুধিলে
- কিউ ভাই, এক ভী লেগ পিছ নহী হে

কেন্টিনৰ লৰাজনে কুইক হাহি এটা মাৰি কলে
- থোৰি দেৰ পেহলে চিকেনিষ্ট আয়া থা
ৰোহনে ইফালে সিফালে চকু ফুৰাই ডাইনিং হলৰ এটা চুকত মোক আৱিষ্কাৰ কৰিলে । তেতিয়া মই ৯ নম্বৰ লেগ পিচটোত দ্বিতীয়তো কামোৰ দি আছিলো ।
ডেৰাডুনত পোৱা চিকেনিষ্ট খিতাপটোৰ যথাৰ্থতা ৰখ্যাৰ নিমিত্তে যোৱা সাত বছৰে হাজাৰোধিক চিকেনৰ হত্যাত অৰিহনা যোগাই আহিছো ।
শ্বেৰ কভী ঘাচ নহী খাতা...... মোৰ ট্ৰেডমাৰ্ক ডাইলগ
ৰণদীপ-প্ৰজাপতিৰ মতে মই মৰা হুৱা চিকেন খানেৱালা বেৰহম দৰিন্দা
হঠাৎ এদিন
চাইটৰপৰা আহি ৰণদীপ ডি. এছ. এ গেলেকীৰ ডাইনিং হলত সোমাইছে । ৰণদীপ শ্বকড হৈ গল । ৰণদীপে নিজকে চিকুটি চালে, সপোন দেখা নাইটো । বুফেত চিকেন মাঞ্চুৰিয়ান, লালমোহন । কিন্ত এয়া কি, প্লেটত চাৰিখন ৰুটী, দাইল এবাতি আৰু তিয়হ । নো চিকেন, নো লালমোহন ।
আশ্বৰ্যচকিত ৰণদীপ মোৰ ওচৰলৈ আহি সুধিলে
- কি হল বিকুদা, চিকেন কত
মই ৰণদীপৰ ফালে চালো । ৰুটীখন অলপ চোবাই দাইল এচামুচ মুখত ভৰাই ৰুটী আৰু ডাইলৰ মিশ্ৰণটো চোবাই চোবাই মই কলো
- সিংহ আজিকালি ডায়েটিং মুডত আছে
ইনফৰমেচনটো পাই চন্দনদা আচৰিত হৈ গৈছে, শ্যামলদাই বিশ্বাসেই কৰা নাই, খঞ্জুও টেনচনত আহি গৈছে । দীৰুদাই কিন্ত একো মাইন্ড কৰা নাই । দুবছৰ আগতে গাম্পু কা মাম্মী দীৰুদাৰ লাইফত এন্ট্ৰি মাৰোতে দীৰুদাইও পুৱা-গধুলি ট্ৰেডমিলত এঘন্টাকৈ দৌৰিছিল ।
সকলোতকৈ সুখী হৈছে কেন্টিনৰ মেনেজাৰ । প্ৰতিদিনে ৮৫৫ গ্ৰাম চিকেন ৰাহি হৈ আছে ।

No comments:
Post a Comment