ইউ টিউবত চাই কাহিনীটোৰ পুৰ্বানুমান এটা কৰি
লৈছিলো । অনেষ্ট মেন, কৰাপচন , ইভিল , এটা পৰিয়াল , আৰু এটা স্কুল লাভ
ষ্টৰী । কাহিনীটোত নতুনত্ব বা চাচপেন্স থাকিব বুলি ভৱা নাছিলো । সাধাৰণ
কাহিনীটো পৰিচালকে কেনেকৈ দেখুৱায় সেইটো ইম্পৰটেন্ট আছিল ।
এজন অনেষ্ট মেন , হিৰণ্য বৰুৱা নিজৰ নীতি আদৰ্শত খামুচি খকা এজন অকৰা মানুহ । নিজৰ প্ৰিন্সিপলক সাবতি মুৰ দাঙি জীয়াই থাকিব খোজা এজন মানুহ । বছে অন্যায় কাম কৰিবলৈ দিয়ে, তেও নকৰে , ফলত তেওৰ বাবে সৃষ্টি কৰা হয় সমস্যাৰ ।
মানুহজনৰ ৱাইফ , উচ্চাকাংখী কিন্ত এডাপটিভ ।
মানুহজনৰ লৰা, আদিত্য ,দেউতাকৰ এই আদৰ্শৰ ডায়লগবোৰৰ প্ৰতি বীতশ্ৰদ্ধ ।
অকনমানি জীয়ৰী , প্ৰেৰণা ।
আৰ্ট টিচাৰ , শ্ৰম কৰি জীয়াই থাকিব খোজা এজন যুবক ।
কাহিনীৰ মাজত বছৰ সংলাপ ..... আজিৰ ডেটত মানুহক চলিবলৈ টকা লাগে, টকা নহলে একোৱেই নহয় , ষ্টেটাছ মেটাৰ

এইবোৰটো আমাৰেই কাহিনী ।
দোকানত বাকী , মাহৰ জমা-খৰচ লিখা বহীখন, হাউচিং লোণৰ কাৰণে এপ্লাই , ইংৰাজীৰ টিউচন ছাৰজন, কেৰম খেলা লৰাকেইজন , ছোৱালীৰ কাৰণে দম দিবলৈ অহা আৰু দম খোৱা পিলিঙাকেইটা , আৰু আদিত্য আৰু পল্লবীৰ টিন এজ প্ৰেম ।
কেইটামান দৃশ্য তো নিজৰ লগত আগতে ঘটি যোৱাৰ দৰেই লাগিল ।
তামাম ।
হলৰ ভিতৰত কেইবাটাও দৃশ্যত দৰ্শকৰ উল্লাস । বঢ়িয়া ।
আদিত্যই পঢ়া টেবুলত টোপনিয়াই খাকে , মাকে আহি কাণচেপা দি ধমকি দিয়ে, তাৰ উত্তৰত আদিত্যই কয়
- মা মই শোৱা নাই নহয় , প্ৰশ্ন এটাৰ চলুচন কি হব সেইটোহে চিন্তা কৰি আছিলো
ৱাও । এইবোৰতো আমিও কৰিছিলো । স্কুলত থাকোতে চাইকেল চলাইছিলো । চাইকেল ঠেলি ঠেলি কথা পাতি গৈছিলো । কি নাম আছিল তাইৰ । পাহৰিলো ।
আৰু এটা ভাল লাগিল , আৰ্ট শিকোৱা টিচাৰজনে চিনেমাখনত ONGC ৰ কাৰণে পঢ়ে আৰু ONGC ত চাকৰি পাই যায় ।
কিন্ত
অলাগতিয়াল দৃশ্য বহুত কেইটা আছে ।
এন্ডিং , ক্লাইমেক্স
বৰুৱাৰ হাৰ্ট এটেক দেখুৱাওতে পৰিচালকৰ ওপৰত তামাম খং উঠিছিল । ঘড়ীটোলৈ চাইছিলো , শেষ হৈ নাযায়টো । টেনচন হৈ গৈছিল ।
ভাগ্যে শেষ নহল ।
শেষত বৰুৱাৰ অইন ঠাইলৈ বদলি, আদিত্য-পল্লৱীৰ বিচ্ছেদ ,
ৰৈ যায় এটা " দুৰণিৰ নিৰলা পজা "
সংযোজন-
সাধাৰণ দৰ্শক এজনে চিনেমাৰ পজিটিভ এন্ডিং বিচাৰে । বৰুৱাৰ প্ৰমোচন হব লাগিছিল । আদিত্যই বহুত বেছি ভাল ৰিজাল্ট কৰিব লাগিছিল , ৭৩ পাৰচেন্ট নট এনাফ । এটা ফ্ৰেমত বছ আৰু বছৰ চামচা মজুমদাৰৰ গ্লানিযুক্ত চেহেৰা দেখা পাব লাগিছিল । এটা ফ্ৰেমত আদিত্য-পল্লৱীৰ হাহি আহিব লাগিছিল ।
চিনেমাৰ হিৰোই পলায়ণ কৰাৰ সলনি বীৰৰদৰে জিকিব লাগিছিল ।
ৰিয়েল লাইফত নহলেও ৰীল লাইফক হিৰো হিৰোৰদৰে জিকিব লাগে ।
মাত্ৰ অলপ নাটকীয়তা ।
( আশা কৰো অসমীয়া চিনেমাৰ পৰিচালক সকলে সাধাৰণ দৰ্শকে কেনেকুৱা এন্ডিং বিচাৰে সেইটো বুজি পাব )
-----------------------------------------------------------------------
( অতিৰিক্ত সংযোজন-
চিনেমাহলত মোৰ চিট নম্বৰ আছিল E5, মোৰ পাছফালে মহিলা কেইগৰাকীমান বহি আছিল । চিনেমাৰ শেষৰ দৃশ্যকেইটা চলি আছে । বৰুৱাৰ পৰিয়ালে ঘৰ এৰিছে , মানুহে বিদায় দিবলৈ আহিছে । এটা শ্বটত আৰ্টৰ টিচাৰজনে হাতত এটা বেগ আৰু পিঠিত গীটাৰ লৈ কৰবালৈ ওলাইছে ।
আৰু হঠাত মোৰ পাছৰ ছিটত বহি থকা মানুহ এজনীৰ মুখৰপৰা ওলাইছে
- আৰে ONGC
Moral-
বছৰ ডায়লগ.... আজিৰ ডেটত মানুহক চলিবলৈ টকা লাগে, টকা নহলে একোৱেই নহয় , ষ্টেটাছ মেটাৰ)

No comments:
Post a Comment